Thursday, 24 November 2016

স্বপ্ন


গৰাখহনীয়া সৃষ্টি কৰিছে বুকুত
অসুখীয়া স্বপ্নবোৰে
কমাই আনি আছে ক্ৰমশঃ
হৃদয়ৰ পৰিসৰ...

মৃত্যুমুখী যাত্ৰা
আৰম্ভ কৰিছে সিহঁতে
আৰু মই
মৃত্যুমুখী স্বপ্নৰ বাবে
বুকুত খান্দিছো কবৰ... ।।

No comments:

Post a Comment