Thursday, 24 November 2016

কবিতা


আকাশে নাজানে
তাৰ বিশালতাৰ কথা
নদীয়ে নাজানে
তাৰ গভীৰতাৰ কথা

তুমিও নাজানা
তোমাৰ বুকুৰ খাজে খাজে বৈ থকা
ভালপোৱাৰ সূঁতিটোৰ কথা
কাৰণ,তুমি মোৰ বাবে এটি কবিতা
জটিলতাই স্পৰ্শ নকৰা
অলিখিত
এটি জীৱন্ত কবিতা

No comments:

Post a Comment