Thursday, 24 November 2016

নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা


তুমি কলা
তোমাৰ বুকুত মোক এডৰা মাটি দিয়া,
প্ৰতি শৰতত মই তাত শেৱালি হৈ সৰিম,
কহুৱা হৈ ফুলিম
মই কলো
নাওঁখন চিনাকি, নৈখন অচিনা
শেষত নকবা
নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা

No comments:

Post a Comment